Sunday, December 15, 2019
অসমীয়া নিউজ

অসমীয়া নিউজ

গুৱাহাটী লোকসভা: বিজেপি-কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ মাজত নিৰপেক্ষ প্ৰাৰ্থীৰ গুৰুত্ব কিমান?

'ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী হিচাপে সততা আৰু ক্ষমতাৰ যোগেদি বিশেষকৈ মহিলা সকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্বাৱলম্বীতাৰ পথত আগুৱাই নিবলৈ চেষ্টা কৰিম৷' গুৱাহাটী লোকসভা সমষ্টিত নিজকে...

এন আৰ চি: বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

প্ৰতীক হাজেলাৰ এন আৰ চি নীতিৰ বিৰুদ্ধে আজি দিছপুৰৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে৷ ৰেচন কাৰ্ড, ভোটাৰ আই ডি কে...

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ দেহাৱসান

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দীৰ্ঘকালৰ সংগী কল্পনা লাজমীৰ আজি পুৱা ৪.৩০ বজাত দেহাৱসান ঘটে৷ মুম্বাইৰ কোকিলাবেন হাস্পতালত ৬৪ বছৰ বয়সত শেষ...

অটো লৈ জীৱিকাৰ সন্ধানত সংগীতা

'অটো নচলোৱা হ’লে নাখাই মৰিব লাগিলহেতেন৷ ল’ৰা-ছোৱালীকেইটাৰ মুখলৈ চাই এনেকৈ কষ্ট কৰি পৰিয়াল চলাইছো৷'  জীৱন সংগ্ৰামৰ কথা কৈ যাওঁতে আত্ম প্ৰত্যয়ৰ চিন স্পষ্টকৈ উজলিছিল সংগীতা...

ভাৰত বন্ধৰ সময়ত অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত হোৱা প্ৰতিবাদৰ ফটো

ভাৰত বন্ধৰ সময়চোৱাত সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ আৰু অন্যান্য দলসমূহে ক্ৰমাৎ বাঢ়ি অহা মূল্যবৃদ্ধিৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ...
video

হাতত ডিগ্ৰী লৈ ফুটপাথত অসমীয়া যুৱক?

অসমত বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাক লৈ বৰ্তমান আলোচনা চলি আছে৷ কিন্তু ৰাজ্যখনৰ শিক্ষিত নিবনুৱাৰ সমস্যাৰ দৰে এটা জাতীয় ইছ্যুৱে একেবাৰে গুৰুত্ব পোৱা নাই৷ উপযুক্ত সংস্থাপন...

প্ৰাণৰ সৈতে আপোচ কৰি যাতায়াত কৰা উত্তৰ গুৱাহাটীবাসীয়ে কেতিয়া সকাহ পাব?

ব্ৰহ্মপুত্ৰৰ বুকুত আপোনজনক হেৰুৱাৰ বেদনাই দহিছে উত্তৰ গুৱাহাটীবাসীক৷ কালি সংঘটিত শোকাৱহ  নাও দুৰ্ঘটনাত তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ পাছত মৌন হৈ থাকিব পৰা নাই সচেতন...

মাচুল বৃদ্ধি: ব্যক্তিগত বিদ্যালয় আৰু শিক্ষা বিভাগলৈ জাননী

ব্যক্তিগত বিদ্যালয়সমূহৰ বিধিবৰ্হিভূতভাৱে মাচুল বৃদ্ধি কৰাক লৈ ব্যক্তিগত/ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ অভিভাৱক সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক পিআইএল দাখিল কৰি তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণৰ...

প্ৰত্যাহ্বান আমাৰ জীৱনৰ অংশ

মৃদুস্মিতা শৰ্মা বছৰ আহে আৰু যায়। তাৰ মাজতে কিছু পৰিক্লপনা সফল হয় আৰু কিছু চিন্তাৰ মাজতে হেৰাই যায়।কিন্তু তথাপিও সপোনে হাৰ নামানে। তদুপৰি দায়িত্বৰ খাতিৰতেই হওক...