হাতত ডিগ্ৰী লৈ ফুটপাথত অসমীয়া যুৱক?

অসমত বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাক লৈ বৰ্তমান আলোচনা চলি আছে৷ কিন্তু ৰাজ্যখনৰ শিক্ষিত নিবনুৱাৰ সমস্যাৰ দৰে এটা জাতীয় ইছ্যুৱে একেবাৰে গুৰুত্ব পোৱা নাই৷ উপযুক্ত সংস্থাপন নোহোৱাত অন্ধকাৰ ভৱিষ্যতৰ চিন্তাই উদ্বিগ্ন কৰি ৰাখিছে অসমৰ শিক্ষিত যুৱচামক৷ ব্যক্তিগত উদ্যোগখণ্ডয়ো অসমৰফালে পিঠি দিছে৷ এনেবোৰ কাৰণতে ৰাজ্য এৰি আন ঠাইত নিচেই কম দৰমহাৰ বিনিময়ত চাকৰি কৰিও পেট প্ৰৱৰ্তাব লগীয়া হৈছে অসমৰ এচাম শিক্ষিত যুৱকে৷ এওঁলোকৰ সমস্যাসমূহ পোহৰলৈ অনাৰ উদ্দেশ্যে আমাৰ এই প্ৰতিবেদন৷

शेयर करें
  • 5
    Shares

LEAVE A REPLY

Please enter your comment!
Please enter your name here